About

Rajeev Baruah

Born On : 13-09-1963 at BORHOLLA, JORHAT, ASSAM

Schooling : Upto High School-BORHOLLA

College : Debraj Roy College, GOLAGHAT

University : Guwahati University, Masters in English

SERVICE

  • Served as JOURNALIST in Assamese Daily "NATUN DAINIK"
  • Selected by UPSC & Joined in ALL INDIA RADIO in the year 1993
  • Presently Holding Dual Charge as HEAD OF OFFICE in the office of the ADG (P), NER & STATION DIRECTOR, ALL INDIA RADIO, GUWAHATI

AWARDS

  • Munin Borkataki Literary Award (1999)
  • Sundarar Sadhak Ananta Ram Das Award (2022)
Read More

Testimonials

What People Said

সুখৰ কথা যে ৰাজীৱ বৰুৱাই এটা নিজস্ব ৰীতি ইতিমধ্যে গঢ় দিবলৈ সক্ষম হৈছে। প্রতীকধৰ্মী ৰীতিৰে (ফৰাচী প্রতীকবাদ নহয়) তেওঁ কবিতাত নতুন বাস্তৱৰ সন্ধান কৰিছে, যিটোৱে আগ্রহী পাঠকক স্থিতাবস্থাৰপৰা মুক্ত কৰি নকৈ ভাবিবলৈ বাধ্য কৰিব।

নলিনীধৰ ভট্টাচার্য

ৰাজীৱ বৰুৱাৰ কিবা অলপ ক'ব লগা আছে। দেখাক দেখি পালৰ গৰুৰ দৰে তেওঁ কবিতাত মুখ দিয়া নাই। সমসাময়িক কবিতাত দুর্লভ কেতবোৰ জিজ্ঞাসা আৰু উপলব্ধি লৈ তেওঁৰ কবিতাৰ বণিজ। একেষাৰ কথাতে ক'বলৈ গ'লে আধুনিক নিঃসংগ মানুহৰ সত্তা আৰু অচিন বাস্তবতাৰ সন্ধান তেওঁৰ এই জিজ্ঞাসা আৰু উপলব্ধিৰ মূল সূত্র।

ডঃ হীৰেন গোহাঁই

বেছিভাগ সমসাময়িক অসমীয়া কবিৰপৰা ৰাজীৱ বৰুৱাক স্বতন্ত্র ৰূপত চিহ্নিত কৰিছে তেওঁৰ বিষয়বস্তুৰ বৈচিত্র্যই, জীৱনবোধৰ মৌলিকভাই আৰু সংযত আৱেগৰ তীব্ৰতাই।

হোমেন বৰগোহাঞি

ৰাজীৱ বৰুৱাৰ 'খালি বটলৰ মালিতা' কবিৰ নিজা জীবন ৰোধ, কথনভংগী আৰু সাধাৰণ চিনাকি পৰিস্থিতিক কেন্দ্ৰ কৰি অসাধাৰণ বুদ্ধিদীপ্ত চিন্তা প্ৰকাশ কৰা কবিতাৰ এটা উল্লেখযোগ্য সংকলন।

ডঃ আনন্দ বৰমুদৈ

ৰাজীৱ বৰুৱাৰ কণ্ঠম্বৰ অকলশৰীয়া, কিন্তু স্বাধীন আৰু নিজস্ব।

অৰিন্দম বৰকটকী

ৰাজীৱ বৰুৱাৰ কবিতাই তেওঁৰ সমসাময়িক প্ৰায় সকলো অসমীয়া কবিতাতকৈ সুকীয়া গুৰুত্ব গ্ৰহণ কৰে l চিনাকি শব্দবোৰেই তেওঁ এনেধৰণে ব্যৱহাৰ কৰে যে কাৰুপক্ষেই তেওঁৰ অনুকৰণ সম্ভৱ নহয় ।

ডঃ প্ৰাণজিৎ বৰা

I have been dipping into the poems. I like their sense of fascination with ordinary life. In that respect they reminded me of Neruda, particularly "Tales of a pair of Shoes", "Pockets", "Poets disreputes".

Anjum Hassan

Rajeev Baruah is a distinctive voice in contemporary Assamese poetry. His poems are refreshingly and at times deceptively simple in form abut carefully crafted and rich in connotation. He uses a language that is closer to the contemporary spoken idiom but lovingly and sometimes playfully nuanced.

Dr. Madan Sarma

Rajeev Baruah is most metaphysical. His poetry is not philosophical but are in search for meaning of life. Metaphysical thoughts help him to form an attitude.

Dr. Ananda Bormudoi