Shri Baruah has eight collections of poems to his credit
Shri Baruah's CD containing his poems "Dhunia Dekhi" is the first ever Assamese CD of its kind
Born On : 13-09-1963 at BORHOLLA, JORHAT, ASSAM
Schooling : Upto High School-BORHOLLA
College : Debraj Roy College, GOLAGHAT
University : Guwahati University, Masters in English
SERVICE
AWARDS
সুখৰ কথা যে ৰাজীৱ বৰুৱাই এটা নিজস্ব ৰীতি ইতিমধ্যে গঢ় দিবলৈ সক্ষম হৈছে। প্রতীকধৰ্মী ৰীতিৰে (ফৰাচী প্রতীকবাদ নহয়) তেওঁ কবিতাত নতুন বাস্তৱৰ সন্ধান কৰিছে, যিটোৱে আগ্রহী পাঠকক স্থিতাবস্থাৰপৰা মুক্ত কৰি নকৈ ভাবিবলৈ বাধ্য কৰিব।
ৰাজীৱ বৰুৱাৰ কিবা অলপ ক'ব লগা আছে। দেখাক দেখি পালৰ গৰুৰ দৰে তেওঁ কবিতাত মুখ দিয়া নাই। সমসাময়িক কবিতাত দুর্লভ কেতবোৰ জিজ্ঞাসা আৰু উপলব্ধি লৈ তেওঁৰ কবিতাৰ বণিজ। একেষাৰ কথাতে ক'বলৈ গ'লে আধুনিক নিঃসংগ মানুহৰ সত্তা আৰু অচিন বাস্তবতাৰ সন্ধান তেওঁৰ এই জিজ্ঞাসা আৰু উপলব্ধিৰ মূল সূত্র।
বেছিভাগ সমসাময়িক অসমীয়া কবিৰপৰা ৰাজীৱ বৰুৱাক স্বতন্ত্র ৰূপত চিহ্নিত কৰিছে তেওঁৰ বিষয়বস্তুৰ বৈচিত্র্যই, জীৱনবোধৰ মৌলিকভাই আৰু সংযত আৱেগৰ তীব্ৰতাই।
ৰাজীৱ বৰুৱাৰ 'খালি বটলৰ মালিতা' কবিৰ নিজা জীবন ৰোধ, কথনভংগী আৰু সাধাৰণ চিনাকি পৰিস্থিতিক কেন্দ্ৰ কৰি অসাধাৰণ বুদ্ধিদীপ্ত চিন্তা প্ৰকাশ কৰা কবিতাৰ এটা উল্লেখযোগ্য সংকলন।
ৰাজীৱ বৰুৱাৰ কণ্ঠম্বৰ অকলশৰীয়া, কিন্তু স্বাধীন আৰু নিজস্ব।
ৰাজীৱ বৰুৱাৰ কবিতাই তেওঁৰ সমসাময়িক প্ৰায় সকলো অসমীয়া কবিতাতকৈ সুকীয়া গুৰুত্ব গ্ৰহণ কৰে l চিনাকি শব্দবোৰেই তেওঁ এনেধৰণে ব্যৱহাৰ কৰে যে কাৰুপক্ষেই তেওঁৰ অনুকৰণ সম্ভৱ নহয় ।
I have been dipping into the poems. I like their sense of fascination with ordinary life. In that respect they reminded me of Neruda, particularly "Tales of a pair of Shoes", "Pockets", "Poets disreputes".
Rajeev Baruah is a distinctive voice in contemporary Assamese poetry. His poems are refreshingly and at times deceptively simple in form abut carefully crafted and rich in connotation. He uses a language that is closer to the contemporary spoken idiom but lovingly and sometimes playfully nuanced.
Rajeev Baruah is most metaphysical. His poetry is not philosophical but are in search for meaning of life. Metaphysical thoughts help him to form an attitude.